নতুন কি?

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

অধ্যয়নৰ বাবে বিষয়—সমস্যাৰ সময়তো সাহসেৰে কাম কৰক

যিৰিমিয়া আৰু এবদ-মেলকে যিদৰে সাহসেৰে কাম কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

এটা বিশেষ প্ৰশ্ন!

মাৰিয়াৰ দৰে কেৱল এটা প্ৰশ্ন সোধাৰ বাবে আপুনি বহুতো বাইবেল অধ্যয়ন পাব পাৰে।

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

এজন প্ৰকৃত বন্ধু কেনেকৈ হʼব পাৰোঁ?

বাইবেলত কোৱা হৈছে যে এনে প্ৰকৃত বন্ধুও আছে, যিজনে সমস্যাৰ সময়ত আপোনাক সহায় কৰিব পাৰে।

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

জগতৰ লোকসকলৰ দৰে স্বাৰ্থপৰ নহʼব

বেছিভাগ লোকে ভাবে যে তেওঁলোকক আনতকৈ বিশেষ বুলি ভবা উচিত আৰু সকলো বস্তুত তেওঁলোকৰ অধিকাৰ থকা উচিত। আহক বাইবেলৰ কিছুমান সিদ্ধান্তৰ ওপৰত মন কৰোঁ আৰু চাওঁ যে এনেধৰণৰ চিন্তাধাৰাৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ।

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

“মই কেতিয়াও অকলশৰীয়াকৈ নাছিলোঁ”

ভাই আংগালীট বেলবৱাৰ কিয় ইমান বিশ্বাস আছিল যে সমস্যাৰ সময়তো যিহোৱাই তেওঁৰ লগত আছিল, তাৰ বিষয়ে জানক।

2024-11-19

প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ

ফেব্ৰুৱাৰী ২০২৫

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ এপ্ৰিল ১৪–মে’ ৪, ২০২৫.

2024-11-11

আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা–সভাৰ বাবে অধ্যয়ন পুস্তিকা

মাৰ্চ–এপ্ৰিল ২০২৫

2024-11-01

পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

হেলʼৱীনৰ আৰম্ভণি কেনেকৈ হʼল?

যদিও হেলʼৱীনৰ প্ৰথা আৰু পৰম্পৰাবোৰ অন্ধবিশ্বাসৰ লগত জড়িত আছে, তথাপি এই বিষয়ে জানিলে কিবা লাভ আছেনে?