Skip to content

Skip to table of contents

সচেতন থাকক! No. ৩ ২০১৮ | মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

আপোনজনাক হেৰুৱাৰ দুখ আমি কেনেকৈ সহন কৰিব পাৰোঁ?

এই লেখত জনোৱা হৈছে যে যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমি কেনেধৰণৰ আৱেগৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াত এয়াও জনোৱা হৈছে যে তেওঁলোকে নিজৰ দুখৰ পৰা ওলাই আহিবলৈ কি কৰিব পাৰে।

 

মনৰ দুখ

নিজৰ জীৱন সংগী, কোনো সম্বন্ধীয় লোক বা প্ৰিয় বন্ধুৰ মৃত্যুৰ বাবে যিমান দুখ হয়, হয়তো সিমান দুখ আন কোনো কথাৰ বাবে অনুভৱ হʼব নোৱাৰে। এই বিষয়ে বিশেষজ্ঞসকলে আৰু নিজৰ আপোনজনাক হেৰুৱা লোকসকলে কি কয়, তাৰ বিষয়ে জানক।

আমি কি আশা কৰিব পাৰোঁ?

আপোনজনাৰ মৃত্যুৰ পাছত বেদনাত থকা ব্যক্তিয়ে কি কি আৱেগ আৰু সমস্যাৰ সন্মুখীন হʼব পাৰে?

আপোনজনাক হেৰুৱাৰ দুখ কেনেকৈ সহন কৰিম?—দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰি?

বহুতো লোকে কিছুমান ভাল পদক্ষেপ লোৱাৰ যোগেদি মৃত্যু হোৱা আপোনজনাৰ বেদনাৰ পৰা ওলাই আহিবলৈ সহায় পাইছে।

দুখত থকা লোকসকলৰ বাবে শান্ত্বনা

বাইবেলে দুখত থকা লোকসকলক শান্ত্বনা দিব পাৰে।

এই সংখ্যাত: মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

সচেতন থাকক! এই আলোচনীখনৰ পৰা দুখত থকা লোকসকলে শান্ত্বনা লাভ কৰিব পাৰে।