Skip to content

Skip to table of contents

পাঁচনিৰ কৰ্ম্ম

অধ্যায়বোৰ

সাৰাংশ

    • থিয়ফিললৈ সম্বোধন (১-৫)

    • পৃথিৱীৰ চুকে-কোণে সাক্ষ্য (৬-৮)

    • যীচুক স্বৰ্গলৈ উঠাই নিয়া হʼল (৯-১১)

    • শিষ্যসকলে এক উদ্দেশ্যেৰে একগোট হৈছিল (১২-১৪)

    • যিহূদাৰ ঠাইত মত্তথিয়ক বাছনি কৰা হʼল (১৫-২৬)

    • পেণ্টাকোষ্টৰ দিনাখন পবিত্ৰ শক্তি ঢালি দিয়া হʼল (১-১৩)

    • পিতৰৰ ভাষণ (১৪-৩৬)

    • ভাষণ শুনি লোকসকলে পদক্ষেপ লয় (৩৭-৪১)

      • ৩,০০০ জন লোকৰ বাপ্তিষ্মা (৪১)

    • খ্ৰীষ্টানে এজনে-আনজনৰ লগত সংগতি কৰে (৪২-৪৭)

    • পিতৰে খোজকাঢ়িব নোৱাৰা ভিক্ষাৰীক সুস্থ কৰে (১-১০)

    • চলোমনৰ স্তম্ভ থকা বাৰান্দাৰ ওচৰত পিতৰৰ ভাষণ (১১-২৬)

      • ‘সকলোবোৰ আগৰ দৰে কৰা হʼব’ (২১)

      • মোচিৰ দৰে ভৱিষ্যবক্তা (২২)

    • পিতৰ আৰু যোহনক গ্ৰেপ্তাৰ (১-৪)

      • বিশ্বাস কৰা লোকসকলৰ মাজত পুৰুষৰ সংখ্যা আছিল ৫,০০০ জন ()

    • মহা-সভাৰ সম্মুখত মোকৰ্দ্দমা (৫-২২)

      • ‘আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ’ (২০)

    • সাহসৰ বাবে প্ৰাৰ্থনা (২৩-৩১)

    • শিষ্যসকলে নিজৰ বস্তু এজনে-আনজনৰ লগত ভগাই লৈছিল (৩২-৩৭)

    • অননিয় আৰু ছাফীৰা (১-১১)

    • পাঁচনিসকলে বহুতো চমৎকাৰ কৰে (১২-১৬)

    • জেলত আৰু পাছত মুকলি কৰা হʼল (১৭-২১ক)

    • আকৌ মহা-সভাৰ সম্মুখত (২১খ-৩২)

      • ‘মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিব লাগে’ (২৯)

    • গমলীয়েলৰ পৰামৰ্শ (৩৩-৪০)

    • ঘৰে-ঘৰে গৈ প্ৰচাৰ (৪১, ৪২)

    • সেৱাৰ বাবে সাতজন মানুহক বাছনি কৰা হʼল (১-৭)

    • স্তিফানক নিন্দাজনক কথা কোৱাৰ অভিযোগ (৮-১৫)

    • মহা-সভাৰ সম্মুখত স্তিফানৰ ভাষণ (১-৫৩)

      • কুলপিতৃসকলৰ যুগ (২-১৬)

      • মোচিৰ নেতৃত্ব; ইস্ৰায়েলীসকলে মূৰ্তিপূজা কৰিলে (১৭-৪৩)

      • ঈশ্বৰে হাতেৰে বনোৱা মন্দিৰত নাথাকে (৪৪-৫০)

    • স্তিফানক শিল দলিয়াই হত্যা কৰা হʼল (৫৪-৬০)

    • অত্যাচাৰ কৰা চৌল (১-৩)

    • ফিলিপে চমৰীয়াত ভাল পৰিণাম পালে (৪-১৩)

    • পিতৰ আৰু যোহনক চমৰীয়ালৈ পঠোৱা হʼল (১৪-১৭)

    • চিমোনে পবিত্ৰ শক্তিক কিনিবলৈ চেষ্টা কৰিলে (১৮-২৫)

    • ইথিউপিয়াৰ নপুংসক (২৬-৪০)

    • চৌল দম্মেচকৰ ৰাস্তাত (১-৯)

    • চৌলৰ সহায় কৰিবলৈ অননিয়ক পঠোৱা হʼল (১০-১৯ক)

    • চৌলে দম্মেচকত যীচুৰ বিষয়ে প্ৰচাৰ কৰে (১৯খ-২৫)

    • চৌল যিৰূচালেমলৈ গʼল (২৬-৩১)

    • পিতৰে ঐনিয়ক সুস্থ কৰিলে (৩২-৩৫)

    • উদাৰ মনৰ দৰ্কাক জীয়াই তোলা হʼল (৩৬-৪৩)

  • ১০

    • কৰ্ণীলিয়ই দৰ্শন দেখিলে (১-৮)

    • পিতৰে ঈশ্বৰে শুচি কৰা জন্তুৰ দৰ্শন দেখিলে (৯-১৬)

    • পিতৰে কৰ্ণীলিয়ৰ ঘৰলৈ গʼল (১৭-৩৩)

    • পিতৰে ইস্ৰায়েলী নোহোৱা লোকসকলক শুভবাৰ্তা শুনালে (৩৪-৪৩)

      • “ঈশ্বৰে পক্ষপাত নকৰে” (৩৪, ৩৫)

    • ইস্ৰায়েলী নোহোৱা লোকসকলে পবিত্ৰ শক্তি লাভ কৰিলে; তেওঁলোকে বাপ্তিষ্মা লʼলে (৪৪-৪৮)

  • ১১

    • পিতৰে পাঁচনিসকলৰ ওচৰলৈ খবৰ লৈ আনে (১-১৮)

    • বাৰ্ণব্বা আৰু চৌল চিৰিয়াৰ আন্তিয়খিয়াত (১৯-২৬)

      • প্ৰথমবাৰ শিষ্যসকলক ‘খ্ৰীষ্টান’ বুলি কোৱা হʼল (২৬)

    • আগাবে আকালৰ ভৱিষ্যবাণী কৰে (২৭-৩০)

  • ১২

    • যাকোবৰ হত্যা; পিতৰ জেলত (১-৫)

    • পিতৰক চমৎকাৰ কৰি মুকলি কৰা হʼল (৬-১৯)

    • স্বৰ্গদূতে হেৰোদক আঘাত কৰিলে (২০-২৫)

  • ১৩

    • বাৰ্ণব্বা আৰু চৌলক মিচনেৰী বনোৱা হʼল (১-৩)

    • কুপ্ৰত প্ৰচাৰ (৪-১২)

    • পিচিদিয়াৰ আন্তিয়খিয়াত পৌলৰ ভাষণ (১৩-৪১)

    • ভৱিষ্যবাণীত ইস্ৰায়েলী নোহোৱা লোকসকলৰ ওচৰলৈ যোৱাৰ আজ্ঞা (৪২-৫২)

  • ১৪

    • ইকনিয়ত বৃদ্ধি আৰু বিৰোধ (১-৭)

    • লুস্ত্ৰাত তেওঁলোকক দেৱতা বুলি ভবা হʼল (৮-১৮)

    • পৌলক শিল দলিয়াই মৰাৰ পাছতো তেওঁ বাছি গʼল (১৯, ২০)

    • মণ্ডলীক মজবুত কৰা হʼল (২১-২৩)

    • চিৰিয়াৰ আন্তিয়খিয়ালৈ উভতি গʼল (২৪-২৮)

  • ১৫

    • আন্তিয়খিয়াত চুন্নতৰ বিষয়ক লৈ তৰ্ক-বিতৰ্ক (১, ২)

    • চুন্নতৰ বিষয়টোক যিৰূচালেমলৈ পঠোৱা হʼল (৩-৫)

    • প্ৰাচীন আৰু পাঁচনিসকল একত্ৰিত হʼল (৬-২১)

    • প্ৰশাসন গোষ্ঠীৰ চিঠি (২২-২৯)

      • তেজৰ পৰা আঁতৰি থাকা (২৮, ২৯)

    • চিঠিৰ পৰা মণ্ডলীবোৰৰ উৎসাহ বাঢ়িল (৩০-৩৫)

    • পৌল আৰু বাৰ্ণব্বাই বেলেগ বেলেগ ঠাইলৈ গʼল (৩৬-৪১)

  • ১৬

    • পৌলে তীমথিয়ক বাছনি কৰে (১-৫)

    • দৰ্শনত মাকিদনিয়াৰ মানুহজনক দেখা পালে (৬-১০)

    • ফিলিপীত লুদিয়াই প্ৰভুত বিশ্বাস কৰিবলৈ ধৰে (১১-১৫)

    • পৌল আৰু চীল জেলত (১৬-২৪)

    • জেলৰ অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালে বাপ্তিষ্মা লয় (২৫-৩৪)

    • পৌলে অধিকাৰীক ক্ষমা খুজিবলৈ কয় (৩৫-৪০)

  • ১৭

  • ১৮

    • কৰিন্থত পৌলৰ প্ৰচাৰ (১-১৭)

    • চিৰিয়াৰ আন্তিয়খিয়ালৈ উভতি গʼল (১৮-২২)

    • পৌল গালাতিয়া আৰু ফৰুগিয়ালৈ ওলাই গʼল (২৩)

    • কথা পতাত পাকৈত আপল্লোক সহায় কৰা হʼল (২৪-২৮)

  • ১৯

    • ইফিচত পৌল; কিছুমান লোকৰ আকৌ বাপ্তিষ্মা (১-৭)

    • পৌলে কʼত কʼত শিকালে (৮-১০)

    • দুষ্ট স্বৰ্গদূতবিলাকৰ প্ৰভাৱৰ সত্ত্বেও সফলতা (১১-২০)

    • ইফিচত হুলস্থূল (২১-৪১)

  • ২০

    • মাকিদনিয়া আৰু গ্ৰীচত পৌল (১-৬)

    • ত্ৰোৱাত উতুখক জীয়াই তোলা হʼল (৭-১২)

    • ত্ৰোৱাৰ পৰা মিলীতলৈকে যাত্ৰা (১৩-১৬)

    • পৌলে ইফিচৰ প্ৰাচীনসকলক লগ কৰিলে (১৭-৩৮)

      • ঘৰে-ঘৰে গৈ শিক্ষা দিয়া (২০)

      • “দিয়াত বেছি আনন্দ পোৱা যায়” (৩৫)

  • ২১

    • যিৰূচালেমলৈ যোৱাৰ পথত (১-১৪)

    • তেওঁলোকে যিৰূচালেম পালে (১৫-১৯)

    • পৌলে প্ৰাচীনসকলৰ পৰামৰ্শ মানে (২০-২৬)

    • মন্দিৰত হুলস্থূল; পৌলক গ্ৰেপ্তাৰ (২৭-৩৬)

    • পৌলে ভীৰৰ লগত কথা পাতিবলৈ অনুমতি পালে (৩৭-৪০)

  • ২২

    • পৌলে ভীৰৰ আগত নিজৰ পক্ষে কয় (১-২১)

    • পৌলে ৰোমান নাগৰিকতাৰ ব্যৱহাৰ কৰে (২২-২৯)

    • মহা-সভা একগোট হʼল (৩০)

  • ২৩

    • পৌলে মহা-সভাৰ সম্মুখত কয় (১-১০)

    • প্ৰভুৱে পৌলৰ সাহস বঢ়ালে (১১)

    • পৌলক হত্যা কৰাৰ ষড়যন্ত্ৰ (১২-২২)

    • পৌলক কৈচৰিয়ালৈ লৈ যোৱা হʼল (২৩-৩৫)

  • ২৪

    • পৌলৰ বিৰুদ্ধে অভিযোগ (১-৯)

    • ফীলিক্সৰ সম্মুখত পৌলে নিজৰ পক্ষে কয় (১০-২১)

    • পৌলৰ মোকৰ্দ্দমা দুবছৰলৈকে পিছুৱাই দিয়া হʼল (২২-২৭)

  • ২৫

    • ফীষ্টৰ সম্মুখত পৌলৰ মোকৰ্দ্দমা (১-১২)

      • “মই সম্ৰাটক আপিল কৰিছোঁ!” (১১)

    • ফীষ্টে ৰজা আগ্ৰিপ্পৰ পৰা পৰামৰ্শ বিচাৰে (১৩-২২)

    • পৌল আগ্ৰিপ্পৰ সম্মুখত (২৩-২৭)

  • ২৬

    • পৌলে আগ্ৰিপ্পৰ সম্মুখত নিজৰ পক্ষে কয় (১-১১)

    • পৌলে কয় যে তেওঁ কেনেকৈ খ্ৰীষ্টান হʼল (১২-২৩)

    • ফীষ্ট আৰু আগ্ৰিপ্পই কি কʼলে (২৪-৩২)

  • ২৭

    • পৌলে জাহাজেৰে ৰোমলৈ যায় (১-১২)

    • ধুমুহাৰ কবলত জাহাজ (১৩-৩৮)

    • জাহাজ ভাঙি যায় (৩৯-৪৪)

  • ২৮

    • মিলিতা দ্বীপৰ পাৰলৈ গৈ পালে (১-৬)

    • পুব্লিয়ৰ দেউতাৰ বেমাৰ সুস্থ হʼল (৭-১০)

    • ৰোমৰ ফালে (১১-১৬)

    • পৌলে ৰোমত যিহূদীসকলৰ লগত কথা পাতে (১৭-২৯)

    • পৌলে দুবছৰলৈকে সাহসেৰে প্ৰচাৰ কৰে (৩০, ৩১)