Skip to content

মূখ্য পেজত শেহতীয়াকৈ প্ৰকাশিত

 

আদৰ-সন্মান এতিয়াও বাকী আছেনে?

নিজৰ সন্মান কৰিবলৈ, আনৰ সন্মান কৰিবলৈ আৰু জীৱনৰ সন্মান কৰিবলৈ কিহে আপোনাক সহায় কৰিব পাৰে, তাৰ বিষয়ে জানক।

 

হেলʼৱীনৰ আৰম্ভণি কেনেকৈ হʼল?

যদিও হেলʼৱীনৰ প্ৰথা আৰু পৰম্পৰাবোৰ অন্ধবিশ্বাসৰ লগত জড়িত আছে, তথাপি এই বিষয়ে জানিলে কিবা লাভ আছেনে?

পৃথিৱীত শান্তি—কেনেকৈ সম্ভৱ হʼব?

এই পৃথিৱীত ঈশ্বৰে তেওঁৰ ৰাজ্যৰ যোগেদি কেনেকৈ শান্তি স্থাপন কৰিব, তাৰ বিষয়ে শিকক।

বাইবেলখন ভালদৰে বুজিবলৈ কি কৰাৰ প্ৰয়োজন?

আমাৰ পৃষ্ঠভূমি যিয়ে নহওঁক কিয়, পবিত্ৰ শাস্ত্ৰত উল্লেখ কৰা বিষয়বোৰ বুজিবলৈ আমি সক্ষম হʼম।

ঈশ্বৰলৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

আপোনাৰ কেতিয়াবা এনে অনুভৱ হৈছে নে যে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনা নাই? যদি হয়, তেনেহʼলে কেৱল আপুনিয়েই এইদৰে নাভাবে।

বিবাহ আৰু পৰিয়াল

বিবাহিত দম্পতী আৰু পৰিয়ালে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বাইবেলৰ ব্যৱহাৰিক পৰামৰ্শই পৰিয়ালৰ লোকসকলৰ মাজত থকা সম্বন্ধ দৃঢ় কৰাত সহায় কৰিব।

সুখ আৰু শান্তি

দৈনন্দিন জীৱনৰ সমস্যাবোৰ সন্মুখীন হʼবলৈ, শাৰীৰিক আৰু মানসিক দুখ-বেজাৰ কম কৰিবলৈ আৰু জীৱনৰ অৰ্থ আৰু উদ্দেশ্য লাভ কৰিবলৈ বাইবেলে বহুতোলোকক সহায় আগবঢ়াইছে।

কিশোৰ-কিশোৰীসকলৰ বাবে সহায়

সাধাৰণতে কিশোৰ-কিশোৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে বাইবেলে কেনেকৈ সহায় আগবঢ়াব পাৰে, তাৰ বিষয়ে শিকক।